চুঁৱৰীচুং

চুঁৱৰী পহু (Assamese) [ Roman: su~.wo.ri po.hu]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-03-16
Ref: চন্দ্ৰকান্ত অভিধান
1. Animal(Common Noun) a large, stocky, shaggy-haired wild ox, Bos grunniens, of the Tibetan highlands, having long, curved horns পামিৰ মালভূমি, তিব্বত আদি উচ্চ অঞ্চলত পোৱা গৰু জাতীয় ৰোমশ, ভাৰবাহী আৰু দুগ্ধোত্পাদক বনৰীয়া জন্তু বিশেষ